24 C
Guwahati
Saturday, September 18, 2021
More

    বকচিচ নিদিয়াৰ বাবে গ্ৰাহকক দিয়াৰ আগতে খাদ্য খাই পেলালে ডেলিভাৰী যুৱকে, চাওক video

    বকচিচ নিদিয়াৰ বাবে গ্ৰাহকক দিয়াৰ আগতে খাদ্য খাই পেলালে ডেলিভাৰী যুৱকে, চাওক video

    বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত কিছুমান ভিডিঅ’ ভাইৰেল হয়। এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন পিজ্জা ডেলিভাৰী যুৱক।

    এই যুৱকজনৰ ভিডিঅ ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। য’ত দেখা হৈছে যে এজন যুৱকে পিজ্জা ডেলিভাৰ কৰিব যায় আৰু বকচিচ নোপোৱা বাবে বাকচৰ পৰা উলিয়াই পিজ্জা খাই পেলাই।

    এই ভিডিঅ’টো ইউটিউবত পোষ্ট হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এজনৰ ঘৰৰ সন্মুখত থিয় হৈ তেওঁ পিজ্জা খাই। উল্লেখ্য যে, ”ঘৰৰ সন্মুখত লিখা আছিল বকচিচ নাপাবা কিন্তু পিজ্জা খাব পাৰা”।  তাৰ পিছতেই যুৱকজনে পিজ্জাৰ টুকুৰা খাই।

    আৰু পঢ়ক : কলা মানুহ সম্পৰ্কীয় উৰাবাতৰিত সতৰ্ক দৃষ্টি গোৱালপাৰা আৰক্ষীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং