24.3 C
Guwahati
Saturday, September 18, 2021
More

    ”কোচিঙতকৈ নিজে অধ্যয়ন কৰাটো বেছি ভাল” UPSC ত উত্তীর্ণ আৰক্ষীৰ মন্তব্য

    ”কোচিঙতকৈ নিজে অধ্যয়ন কৰাটো বেছি ভাল” UPSC ত উত্তীর্ণ আৰক্ষীৰ মন্তব্য

    এগৰাকী আৰক্ষী বিষয়াৰ এটি টুইটে খলকনি লগাইছে ছ’চিয়েল মিডিয়াত। লক্ষ্য পাণ্ডে ২০১৮ চনত সমগ্ৰ ভাৰতত ৩১৬ ৰেংকত UPSC পৰীক্ষাত  সফলতাৰে উত্তীৰ্ণ হয়। বৰ্তমান দিল্লী আৰক্ষীত  কৰ্মৰত অৱস্থাত আছে পাণ্ডে।

    পাণ্ডে কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই বিষয়ে এক টুইট কৰে। তেওঁ কয় যে ”কোচিঙতকৈ নিজে অধ্যয়ন কৰাটো বেছি ভাল”। তদুপৰি তেওঁ কেনেদৰে UPSC ৰ বাবে সাজু হ’ব পাৰি আৰু  কেনেদৰে অধ্যয়ন কৰিব লাগে সেই সন্দৰ্ভত দিহা পৰামৰ্শ দিয়ে। লগতে কয় যে এয়া তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা কৈছে।

    ইয়াৰ লগতে পাণ্ডে নোট বহীৰ কেইটামান পৃষ্ঠাও আপলোড কৰে।যৰ পৰা পৰীক্ষাৰ্থীয়ে অতি সহজে পদ্ধতি সমূহ বুলি লব পাৰে। উল্লেখ্য যে, কি কৰিব নালাগে সেই সন্দৰ্ভটো পাণ্ডে টুইট কৰিছে।

    আৰু পঢ়ক : কেনে আছে অসম-মিজোৰাম সীমান্তত গুৰুতৰভাৱে আঘাতপ্ৰপ্ত আই পি এছ বিষয়া বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং