35 C
Guwahati
Friday, August 19, 2022
More

    BREAKING: গোলাঘাটত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি

    FCIৰ চাউল লৈ যোৱা এখন ট্ৰাকৰ চালকক আক্ৰমণ দুৰ্বৃত্তৰ। চালকজনৰ পৰা লৈ যায় নগদ ধনসহ মোবাইল ফোন। ঘটনাটোত গুৰুতৰভাৱে আহত চালকজনক JMCHত ভৰ্তি কৰোৱা হয়।

    ডকাইতৰ আক্ৰমণত ভৰি ভাঙে চালক প্ৰদীপ সিংহৰ। ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মকাকচুঙলৈ লৈ গৈ আছিল ট্ৰাকখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং