30 C
Guwahati
Wednesday, September 28, 2022
More

    নগাঁৱত পিষ্টলসহ দুৰ্ধৰ্ষ ডকাইত আটক

    জুৰীয়াৰ চতিয়ানত আৰক্ষীয়ে চলাইছিল এই অভিযান।

    নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক জন দাস আৰু জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পন শইকীয়াৰ নেতৃত্বত চলা অভিযানত পিষ্টলসহ দুৰ্ধৰ্ষ ডকাইত আটক।

    ধৃত মাইনুল ইছলাম নামৰ কুখ্যাত ডাকইতটোৰ পৰা জব্দ এটা 9 MM পিষ্টল আৰু দুই জাঁই সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে। নগাঁও জিলাত সংঘটিত বহুকেইটা ডকাইতি ঘটনাৰ সৈতে জড়িত আছিল মাইনুল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং