গীত পৰিৱেশন কৰি থকা সময়তেই ঘটিল অঘটন। মঞ্চৰ পৰা গীত পৰিৱেশন কৰা অৱস্থাতেই বাগৰি পৰিল জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ সাহা।
জেংৰাইমুখত হৈ থকা সহোদৰ ২০২০-২০২১ চনৰ সামৰণি অনুষ্ঠানত গীন পৰিৱেশন কৰি থাকোতেই অঘটনটো ঘটে। যদিও অনুষ্ঠানত ব্যাঘাত আহিবলৈ নিদি সুন্দৰকৈ পৰৱৰ্তী অনুষ্ঠান পৰিৱেশন কৰিলে কণ্ঠশল্পীগৰাকীয়ে।
সামাজিক মাধ্যমত এই ভিডিঅ’টো ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। দেৱজিতৰ আত্মবিশ্বাসক সলাগ লৈছে সকলোৱে। নিজকে অপ্ৰস্তুত নকৰি অনুষ্ঠানটো আগবঢ়াই নি দৰ্শকৰ লগত সহযোগ কৰা দৃশ্যই সকলোকে আমোদ দিছে।
আৰু পঢ়ক : বিজেপিত খহনীয়া! শতাধিক কৰ্মীয়ে যোগদান দিলে কংগ্ৰেছত