32 C
Guwahati
Sunday, September 19, 2021
More

    বিলাসীপাৰাৰ গৌৰাং নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

    বিলাসীপাৰাৰ গৌৰাং নৈত মৃতদেহ উদ্ধাৰ । মঙলবাৰে সন্ধিয়াৰ ভাগত গৌৰাং নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো |

    একাংশ ৰাইজে কাঠালদি ৩য় খণ্ড গাঁৱৰ কাষৰে বৈ যোৱা নৈ খনত প্ৰত্যক্ষ কৰে মৃতদেহ টো |

    অৰ্ধ গলিত তথা উলঙ্গ অৱস্থাত মৃতদেহ টো প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে |

    পিছত ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষীক স্থানীয় লোকে খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে |


    অচিনাক্ত মৃতদেহটো পুৰুষৰ বুলি চিনাক্ত হৈছে ।দুবৃত্তই হত্যা কৰি নৈ খনত উটাই দিয়াৰ সন্দেহ কৰে একাংশই |


    পৰবৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি থানা লৈ নিয়ে |

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং