সন্ধানহীন হৈ থকা লেহুক মৰাণৰ মৃতদেহ উদ্ধাৰ

0
5111

যোৱা ১৭ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা লেহুক মৰাণৰ মৃতদেহ উদ্ধাৰ

কাকপথাৰ বৰালি গাঁৱৰ লেহুক মৰাণৰ মৃতদেহ উদ্ধাৰ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ১২ কিলো বস্ক কাটিং নামৰ ঠাইত উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো।

হাতীৰ মাউত হিচাপে কাম কৰিবলৈ অৰুণাচল প্ৰদেশলৈ গৈছিল লেহুক মৰাণসহ অন্য এগৰাকী সতীৰ্থ। উল্লেখযোগ্য যে, পৰিয়ালৰ লোকে অৰুণাচলীয়ে গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল।

ইতিমধ্যে মৃতদেহ উদ্ধাৰ হোৱা ঠাইত উপস্থিত হৈছে পৰিয়ালসহ গাঁৱৰ কেইবাগৰাকী যুৱক। প্ৰায় উই দি এমাহৰ অন্তত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ কাকপথাৰত চাঞ্চল্য ১৭ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা কাকপথাৰৰ লেহুক মৰাণৰ মৃতদেহ উদ্ধাৰ অৰুণাচলত