33 C
Guwahati
Wednesday, September 28, 2022
More

    দৈনিক ৰাশিফল – শুভ-অশুভ কাৰকেৰে কেনে যাব দিনটো, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

    দৈনিক ৰাশিফল – শুভ-অশুভ কাৰকেৰে কেনে যাব দিনটো, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

    মেষ ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাৱনাই ইতিবাচক ফল দিব । আজিৰ দিনটোত আৰ্থিকভাৱে সবল থাকিব।
    শুভ সংখ্যা ১, শুভ ৰং বগা।

    বৃষৰাশি – ধৈৰ্য্য বজাই ৰাখি নিজকে আত্ম – প্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাৱনা থাকিব।
    শুভ সংখ্যা ৩ , শুভ ৰং সেউজীয়া।

    মিথুনৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। বিবাহৰ কথা আগবঢ়োৱাৰ বাবে আজি উপযুক্ত দিন। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব ।
    শুভ সংখ্যা ৩ , শুভ ৰং সেউজীয়া।

    কৰ্কটৰাশি- প্ৰেমৰ ক্ষেত্ৰত বেদনাই আজি আপোনাক মনোকষ্ট দিয়াৰ সম্ভাৱনা । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে ।
    শুভ সংখ্যা ৭ , শুভ ৰং বগা।

    সিংহ ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে আপুনি ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মাক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
    শুভ সংখ্যা ১ , শুভ ৰং ৰঙা।

    কন্যা ৰাশি- কৰ্মক্ষেত্ৰত সুনাম হব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীৱনসংগীৰ সৈতে ভ্ৰমণৰ যোগ । প্ৰেমৰ মাজেৰে দিনটো পাৰ হ’ব।
    শুভ সংখ্যা ৪ , শুভ ৰং বগা।

    তুলাৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিক টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে ।
    শুভ সংখ্যা ৬ , শুভ ৰং নীলা।

    বৃশ্চিক ৰাশি – নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় নিমন্ত্ৰণৰ লগতে উপহাৰো লাভ কৰাৰ যোগ আছে।
    শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা।

    ধনু ৰাশি – আৰ্থিক সংকটে দেখা দিব পাৰে, কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হব পাৰে, ক্ৰোধ সম্বৰণ কৰিব।
    শুভ সংখ্যা ৩ , শুভ ৰং নীলা।

    মকৰ ৰাশি- বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনত আনন্দ পাব । ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক ।
    শুভ সংখ্যা ৯ , শুভ ৰং গোলপীয়া।

    কুম্ভৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰ সম্ভাৱনা।
    শুভ সংখ্যা ১ , শুভ ৰং নীলা।

    মীন ৰাশি – কৰ্মক্ষেত্ৰত আজি আপুনি এটা ভাল খবৰ লাভ কৰিব পাৰে । জীৱন সন্দৰ্ভতো সতৰ্কতা অৱলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হব।
    শুভ সংখ্যা ৪ , শুভ ৰং বেঙুনীয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং