28 C
Guwahati
Monday, September 26, 2022
More

    সাৱধান! আজিৰ দিনটোত আপোনাৰ লগত ঘটিব পাৰে এইকেইটা ঘটনা

    মেষ ৰাশি – ধনৰ আগমনৰ সম্ভাৱনা। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। বন্ধুবৰ্গৰ সহায় পাব। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । শুভ সংখ্যা ২, শুভ ৰং বগা।

    বৃষ ৰাশি – কৰ্মক্ষেত্ৰত উন্নতিৰ মুখ। আয় বৃদ্ধি। শিক্ষাৰ্থীৰ বাবে দিনটো ভাল। ব্যৱসায়ত নতুন সম্ভাৱনা আছে। শুভ সংখ্যা ১, শুভ ৰং নীলা।

    মিথুন ৰাশি – মন প্ৰসন্ন হৈ থাকিব। চাকৰিৰ দিনটো ভাল মান সন্মান বৃদ্ধি পাব। কথাৰ মধুৰতাই ৰৈ থকা কামত অগ্ৰগতি আনিব। শুভ সংখ্যা ৭, শুভ ৰং বগা।

    কৰ্কট ৰাশি- সন্তানৰ ফালৰ পৰা দিনটো ভাল, কোনো সুখবৰ লাভ কৰিব। কৰ্মক্ষেত্ৰত কোনো অতিৰিক্ত দায়িত্ব পাব। স্বাস্থ্যৰ প্ৰতি নজৰ দিব ।খঙৰ ওপৰত সংযম ৰাখক। শুভ সংখ্যা ৯, শুভ ৰং বেঙুনীয়া।

    সিংহ ৰাশি – বিপদত বন্ধুৰ সহায় পাব। ব্যৱসায়ত সমস্যাৰ সন্মুখীন হব পাৰে। খৰছ বৃদ্ধিৰ সম্ভাৱনা। কোনো ভাল খবৰ লাভ কৰিব। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

    কন্যা ৰাশি- মানসিক শান্তি থাকিব, কিন্তু আত্মবিশ্বাস হ্ৰাস পাব। যাত্ৰাৰ সম্ভাৱনা। শুভ সংখ্যা, শুভ ৰং

    তুলা ৰাশি – শিক্ষাৰ দিশত ভাল। নতুন ঘৰৰ সুখ পোৱাৰ সম্ভাৱনা। পিতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। খৰছ বৃদ্ধি। শুভ সংখ্যা ৪, শুভ ৰং মটীয়া।

    বৃশ্চিক ৰাশি – দিনটো ভাল। বুদ্ধিৰ বলত সফলতা পাব কৰ্মক্ষেত্ৰত। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিব। খৰছ বৃদ্ধি। যাত্ৰাৰ সম্ভাৱনা । শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

    ধনু ৰাশি – কথা বতৰাত সংযম ৰাখক। ক্ৰোধৰ পৰা আঁতৰি থাকিব। মন অশান্ত হৈ থাকিব। কৰ্মক্ষেত্ৰত উন্নত। শুভ সংখ্যা ১, শুভ ৰং সেউজীয়া।

    মকৰ ৰাশি- আত্মবিশ্বাস থাকিব, কিন্তু আত্মসংযম হ্ৰাস পাব। ক্ৰোধ সম্বৰণ কৰিব। পৰিয়ালৰ কাৰোবাৰ পৰা শুভ বাৰ্তা লাভৰ আশা। সঞ্চয় বৃদ্ধি পাব। শুভ সংখ্যা ১, শুভ ৰং গুলপীয়া।

    কুম্ভ ৰাশি – পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। খৰছ বৃদ্ধি পোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

    মীন ৰাশি –ক্ৰোধ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব। ক্ৰোধৰ বাবে কৰ্ম ক্ষেত্ৰত সন্মান হানিৰ সম্ভাৱনা। কিন্তু সমাজত মান বৃদ্ধি। আয় – ব্যয় দুয়োটাই বৃদ্ধি। শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং