আজিৰ দিনটোত কৰ্মত শুভ হ’ব নে? জানিবলৈ পঢ়ক ৰাশিফল

0
1832

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ৷ সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধিৰ যোগ। শুভ সংখ্যা ৫।

বৃষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ। শুভ সংখ্যা ৬।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সুযোগ লাভ কৰিব৷ বিদ্যাৰ্থী সকলৰ শুভ৷ ৰোগৰ পৰা মুক্ত হোৱাৰ যোগ দেখা যায়। শুভ সংখ্যা ৩।

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ সংখ্যা ৯।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ শাৰীৰিক দিশত মধ্যম। শুভ সংখ্যা ৯।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল৷ ভ্ৰমণৰ সুযোগ লাভ৷ সজাগ নহ’লে কৰ্মক্ষত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধিৰ যোগ। শুভ সংখ্যা ৫।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ। শুভ সংখ্যা ২।

বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায়। শুভ সংখ্যা ৫।

ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মবোৰ জটিলতা মাজেৰে সমাধানৰ যোগ দেখা যায়। শুভ সংখ্যা ২।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। শুভ সংখ্যা ১।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। শুভ সংখ্যা ৯।

মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব৷ সজাগ নহ’লে প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়। শুভ সংখ্যা ১।