
মেষ : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। শুভ সংখ্যা ৬।
বৃষ : অনেক জ্ঞানৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। শুভ সংখ্যা ১।
মিথুন : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান। শুভ সংখ্যা ১।
কৰ্কট : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। শুভ সংখ্যা ৬।
সিংহ : হাতলৈ নতুন কামৰ সুযোগ আহিব। পিতৃ-মাতৃক অৱহেলা নকৰিব। আজি ধন সঞ্চয়ত অসফল হ’ব পাৰে। শুভ সংখ্যা ১২, শুভ ৰং নীলা।
কন্যা : মনে ভবা কোনো কাম আজি সম্পূৰ্ণ নহ’ব। ইতিবাচক পৰিস্থিতি বজাই ৰাখক।সময়ৰ কাম সময়ত শেষ কৰক। দাম্পত্যত চিন্তাৰ কাৰণ । শুভ সংখ্যা ৩, শুভ ৰং সোণালী।
তুলা : আজি যিমান সম্ভৱ শান্ত হৈ ইতিবাচক মনোভাৱেৰে চলক।দিনটো পৰিশ্ৰমৰ মাজেৰে পাৰ হ’ব। কোনোৱে তৰ্কাতৰ্কি কৰিব বিচাৰিলে এৰাই চলাই উচিত। শুভ সংখ্যা ৪,শুভ ৰং মুগা।
বৃশ্চিক : প্ৰেমত শুভ ফল লাভ। ভূমি কিনা–বেচাৰ বাবে ভাল সময়। আধ্যাত্মিকতাত আগ্ৰহ বাঢ়িব। শুভ সংখ্যা ১।
ধনু : অতিৰিক্ত অৰ্থ লাভৰ আশা নকৰাই ভাল। ব্যয় বাঢ়িব পাৰে। শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। শুভ সংখ্যা ৯।
মকৰ : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ১।
কুম্ভ : বিনিয়োগৰ ক্ষেত্ৰত খেলিমেলিত ভুগিলেও শেষত আপুনি সঠিক সিদ্ধান্ত ল’ব। কৰ্মক্ষেত্ৰত বৰ এটা ভাল নহয় আজিৰ দিনটো, সাৱধানে চলিব। শুভ সংখ্যা ৪।
মীন ৰাশি : ব্যৱসায় আৰু কৰ্মত উন্নতি। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। শুভ সংখ্যা ৮।