
মেষ : খং-ৰাগ বৃদ্ধি পাব। চৰকাৰী চাকৰিয়ালৰ বাবে ভাল। নতুন কামত হাত নিদিব। শুভ সংখ্যা ৫।
বৃষ : দিনটো মধ্যমীয়া। পঢ়ুৱৈ, সাংবাদিকৰ বাবে ভাল। কৰ্মত শুনাম। শুভ সংখ্যা ৭।
কৰ্কট : ভ্ৰমণৰ যোগ। ভাল বন্ধু লাভ। খৰচ বৃদ্ধি। শুভ সংখ্যা ৩।
সিংহ : ভাগ্য ভাল। কৰ্মজীৱনত প্ৰসংশা লাভৰ যোগ। শুভ সংখ্যা ৩।
কন্যা : দিনটো শুভ। নিজৰ ওপৰত ভৰষা ৰাখক। লক্ষ্যত সফল। শুভ সংখ্যা ৯।
তুলা : দিনটো শুভ। ভাগ্য ভাল। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। শুভ সংখ্যা ১।
মিথুন : দিনটো কিছু কঠিন হ’ব। খৰচ বৃদ্ধি। নতুনকৈ ব্যৱসায় আৰম্ভ নকৰিব। শুভ সংখ্যা ৩।
বৃশ্চিক : পৰিয়ালৰ ভালদৰে যত্ন লওক। পূবে যাত্ৰা কৰাৰ পৰাৰ বিৰত থাকক। শুভ সংখ্যা ৫।
ধনু : দিনটো শুভ। শৰীৰ চৰ্চা কৰক। বৈবাহিক জীৱনত আনন্দ। শুভ সংখ্যা ৮।
মকৰ : কৰ্মব্যস্ততা বৃদ্ধি। স্বাস্থ্য ভাল নহয়। পুৰণি কথাই মনত আঘাত দিব পাৰে। শুভ সংখ্যা ৪।
কুম্ভ : দিনটো মধ্যমীয়া। প্ৰেমত শুভ। যান-বাহনৰ পৰা সাবধান। শুভ সংখ্যা ৪।
মীন : কৰ্মব্যস্ততা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে মনোমালিন্য হ’ব পাৰে। খৰচ বৃদ্ধি। শুভ সংখ্যা ২।