26 C
Guwahati
Friday, August 5, 2022
More

    কোনবোৰ ৰাশিৰ বাবে আজি ভাল দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মেষ ৰাশি– মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ শাৰীৰিক দিশত মধ্যম।

    বৃষ ৰাশি– বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ।

    মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়।

    কৰ্কট ৰাশি– কৰ্কটৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    কন্যা ৰাশি– কন্যা ৰাশিৰ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।

    সিংহ ৰাশি– সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ।

    তুলা ৰাশি– তুলা ৰাশিৰ আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। আয় বৃদ্ধি পাব- কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব।

    বৃশ্চিক ৰাশি– বৃশ্চিক ৰাশিৰ আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। ঘৰুৱা কন্দল হ’ব পাৰে।

    ধনু ৰাশি- ধনু ৰাশিৰ বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক হ’ব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক।

    মকৰ ৰাশি- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায।

    কুম্ভ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব৷ সজাগ নহ’লে প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়।

    মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং