
মেষ : কৰ্মব্যস্ততা বৃদ্ধি। স্বাস্থ্য ভাল নহয়। পুৰণি কথাই মনত আঘাত দিব পাৰে। আৰ্থিক দিশত ভাল। শুভ সংখ্যা ৪।
বৃষ : দিনটো শুভ। শৰীৰ চৰ্চা কৰক। বৈবাহিক জীৱনত আনন্দ। আৰ্থিক দিশটো মধ্যমীয়। শুভ সংখ্যা ৮।
মিথুন : ভ্ৰমণৰ যোগ। ভাল বন্ধু লাভ। খৰচ বৃদ্ধি। শুভ সংখ্যা ৩।
কৰ্কট : দিনটো মধ্যমীয়া। প্ৰেমত শুভ। যান-বাহনৰ পৰা সাৱধান। আৰ্থিক দিশত নজৰ দিব। শুভ সংখ্যা ৪।
সিংহ : দিনটো মধ্যমীয়া। পঢ়ুৱৈ, সাংবাদিকৰ বাবে ভাল। কৰ্মত শুনাম। আৰ্থিক দিশটো শুভ। শুভ সংখ্যা ৭।
কন্যা : দিনটো কিছু কঠিন হ’ব। খৰচ বৃদ্ধি। নতুনকৈ ব্যৱসায় আৰম্ভ নকৰিব। শুভ সংখ্যা ৩।
তুলা : পৰিয়ালৰ ভালদৰে যত্ন লওক। পূবে যাত্ৰা কৰাৰ পৰাৰ বিৰত থাকক। খৰচ বৃদ্ধি। শুভ সংখ্যা ৫।
বৃশ্চিক : দিনটো শুভ। ভাগ্য ভাল। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। শুভ সংখ্যা ১।
ধনু : কৰ্মব্যস্ততা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে মনোমালিন্য হ’ব পাৰে। খৰচ বৃদ্ধি। শুভ সংখ্যা ২।
মকৰ : দিনটো শুভ। নিজৰ ওপৰত ভৰষা ৰাখক। লক্ষ্যত সফল। শুভ সংখ্যা ৯।
কুম্ভ : ভাগ্য ভাল। কৰ্মজীৱনত প্ৰসংশা লাভৰ যোগ। শুভ সংখ্যা ৩।
মীন : খং-ৰাগ বৃদ্ধি পাব। চৰকাৰী চাকৰিয়ালৰ বাবে ভাল। নতুন কামত হাত নিদিব। শুভ সংখ্যা ৫।