26 C
Guwahati
Friday, October 7, 2022
More

    আজি দেওবাৰৰ দিনটো কেনেদৰে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    মেষ : হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। বিদ্যাত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

    বৃষ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৭।

    মিথুন : আর্থিকত ভাল। ভ্ৰমণত শুভ। পুৰণা মামলা মোকৰ্দমাৰ পৰা মুক্ত হ’ব। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

    কর্কট : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    সিংহ : মাটি-সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেচা বাঢ়িব। প্ৰেমত খেলিমেলি হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

    কন্যা : সমাজসেৱী সকল অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

    তুলা : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব। ভবাতকৈ অধিক ধন আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব। শুভ সংখ্যা ৩।

    বৃশ্চিক : আর্থিক দিশত নজৰ ৰাখিব। স্বাস্থ্যত বেয়া। পৰিয়াল-আত্মীয়ৰ লগত ভাল। প্ৰেমত শুভ। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৭।

    ধনু : কর্মক্ষেত্ৰত ভ্ৰমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ দিব। বিদ্যাত শুভ। শুভ সংখ্যা ৪।

    মকৰ: শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।

    কুম্ভ : ৰাজনৈতিক আৰু সমাজকর্মী সকলৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৩।

    মীন : বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। নীলা বস্ত্র পৰিধান কৰক। শুভ সংখ্যা ১।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং