22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ীৰ নাম ঘোষণা, সুশান্ত সিং ৰাজপুতলৈ বিশেষ সন্মান

    ২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ীৰ নাম ঘোষণা, সুশান্ত সিং ৰাজপুতলৈ বিশেষ সন্মান

    ২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ী সকলৰ নাম ঘোষণা কৰে। সেই অনুসৰি এইবাৰৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান লাভ কৰে দীপিকা পাডুকন আৰু অক্ষয় কুমাৰে। অভিনেতা সুশান্ত সিং ৰাজপুতলৈয়ো আগবঢ়াই বিশেষ সন্মান।

    এচিড আক্ৰমণৰ ওপৰত নিৰ্মিত ‘চপাক’ ছবি আৰু দক্ষিণৰ চবিৰ ৰীমেক ‘লক্ষ্মী’ত কৰা অভিনয়ৰ বাবে দীপিকা-অক্ষয় লাভ কৰে শ্ৰেষ্ঠত্বৰ সন্মান। অভিনেতা ধৰ্মেন্দ্ৰলৈ আগবঢ়োৱা হয় জীৱন-যোৰা সাধনা বঁটা।

    সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে সুশান্ত সিং ৰাজপুতলৈ মৰণোত্তৰ ভাৱে সন্মান। ইয়াৰ বিপৰীতে কিয়াৰা আদৱানীয়ে লাভ কৰে সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

    শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ‘লুডু’ ছবিৰ বাবে অনুৰাগ বসুলৈ। লগতে শ্ৰেষ্ঠ ছবিৰ বঁটা- ‘তানহাজী’ আৰু ‘দা আনচাং ৱাৰিয়ৰ’।

    আৰু পঢ়ক : সোঁ-শৰীৰে ঘূৰি আহিব কুইপৰ দুই বিষয়া! জনালে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং