32 C
Guwahati
Sunday, September 19, 2021
More

    বিলাসীপাৰাত ডকাইতি কাণ্ড!

    বিলাসীপাৰাৰ টিলাপাৰা কামাৰডিহিত সংঘটিত ডকাইতি কাণ্ড ।

    আব্দুছ ছোবাহান (BSF জোৱান)ৰ বাসগৃহত নিশা সংঘটিত হৈছে এই ডকাইতি কাণ্ড ।

    ১১ জনীয়া ডকাইতৰ দলে নগদ ধন, সোন-ৰূপৰ আ-অলঙ্কাৰ আৰু সা-সামগ্ৰী লুটি লৈ পলায়নৰ চেষ্টা কৰে ।

    পৰিয়ালৰ চিঞৰ বাখৰত স্থানীয় ৰাইজে ঘেৰাও কৰে ডকাইৰ দলক |

    ঘটনা স্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাত ৰাইজলৈ ডকাইতৰ দলৰ গুলী চালনা।

    ৰাইজৰ তৎপৰতাত আটক ৪ গৰাকী ডকাইত।

    আটকাধীন ডকাইত কেইজন ক্ৰমে- আব্দুল হাই (২০), হাবিজুৰ ৰহমান (২২), ৰাহিদুল হক (২১) আৰু মস্তাফিজুৰ ৰহমান (২০) বুলি জানিব পৰা গৈছে।

    আটকাধীন ডকাইত ৪ জনক শালকোচা আৰক্ষীক গতাই দিয়ে | ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : অথন্তৰ! প্ৰথমে ওলোটা পতাকা,পিছত এন্ধাৰতে মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়ালে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সভা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং