
ৰাজ্যৰ সকলোতে সান্ধ্য আইন সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ কৰিলে যদিও ডিব্ৰুগড়ত উঠোৱা নাই সান্ধ্য আইন। দিনৰ ভাগতহে জিলা প্ৰশাসনে সান্ধ্য আইন উঠাই দিছে।
আজি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজা পৰ্যন্ত ১৬ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰিছে যদিও নিশা ১০ বজাৰ পৰা পুনৰ বাহাল থাকিব সন্ধ্যা আইন। ১১ ডিচেম্বৰ পৰাই ডিব্ৰুগড়ত সান্ধ্য আইন বাহাল আছে।
Photo Credit: India Today