26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এখন গাঁৱৰ পৰা চুৰি হ’ল ৮০০ কিলো গোবৰ, প্ৰতি কিলোৰ দাম…

    চট্টীশগড়ৰ কোবৰা জিলাৰ পৰা গৰুৰ গোবৰ চুৰি হোৱাৰ এক খবৰ পোহৰলৈ আহিছে। আৰক্ষীৰ মতে ৮-৯ জুন নিশা প্ৰায় ৮০০ কিলো গোবৰ চুৰি হয়।

    আৰক্ষীয়ে জনোৱা অনুসৰি এই গোবৰ খিনিৰ মূল্য ১৬০০ হ’ব । ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত ১৫ জুনত এজাহাৰ দাখিল কৰে। অজ্ঞাত লোকৰ বিৰুদ্ধে এই এজাহাৰ দাখিল হয়।

    চট্টীশগড়ৰ চৰকাৰৰ মতে কৃষি খাদৰ উৎপাদনৰ বাবে গোধন ন্যায়‌ যোজনাৰ অধীনত প্ৰতি কিলো গোবৰ ২ টকাত কিনা হয় ।

    গোবৰ বিক্ৰী কৰাৰ উদ্দেশ্যে এই চুৰি কাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰে।

    আৰু পঢ়ক : ট্ৰেইন দুৰ্ঘটনাত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে ল’লে সাহায্য আৰু চাকৰি, ১১ বছৰ পিছত ওলাল জীৱিত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং