23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰ’ণা আতংক

    বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰ’ণা আতংক

    বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰ’ণা আতংক।

    বাহিনীটোত কৰ্মত আৰক্ষী জোৱান আব্দুল হাচিমৰ পৰিয়ালৰ দেহত ধৰা পৰিল কৰ’ণা ।

    আৰক্ষী জোৱান আব্দুল হাচিম ,পত্নী আঞ্জুম বেগম,জীয়ৰী চুহানা কাউচাৰ ,শ্ববনম কাউচাৰ কৰ’ণা পজিটিভ।

    আৰক্ষী জোৱান আব্দুল হাচিম পৰিয়াল সহ চিকিৎসাৰ বাবে গৈছিল বিহাৰৰ পাটনালৈ।

    নিশা ২ বজাত বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় থকা নিজ আবাসিক গৃহত উপস্থিত হয় পৰিয়ালটো

    আজি চিকিৎসালয়ত পৰীক্ষা কৰোতে ধৰা পৰে পৰিয়ালটোৰ দেহত থকা এই ভাইৰাছ । আব্দুল হাচিমৰ পৰিয়ালটোক তাৎক্ষণিক নগাঁও অসামৰিক চিকিৎসালৈ প্ৰেৰণ ।

    Input: BATSSAM NZ HOQUE

    আৰু পঢ়ক : নাছিকৰ ভয়ংকৰ পৰিস্থিতি, অক্সিজেনৰ অভাৱত হাস্পতালত নিমিষতে শেষ ২২টা জীৱন, দিল্লীতো পৰিস্থিতি বিষম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং