তিতাবৰত আৰক্ষীয়ে দিছে কৰ’ণা ইনজেকশ্যন! চাওক ভিডিঅ’

ইনজেকশ্যন দেখি ঘৰমুৱা হ'ল নিয়ম ভংগকাৰী লোক

0
91

সমগ্ৰ বিশ্বতে এতিয়া কেৱল কৰ’ণা ভাইৰাছৰ আতংক। ভাৰততো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰিলে। তাৰপিছতো এই মাৰাত্মক ভাইৰাছবিধক লৈ সজাগ হোৱা নাই সমাজৰ একাংশ।

বাৰম্বাৰ কৈ থকাৰ পিছতো কথা নুশুনে এচামে। সেয়ে আৰক্ষীৰ প্ৰশ্ন ভাইৰাছৰ ইনজেকশ্যন নেকি?, ইনজেকশ্যন দিয়া হ’ল কিন্তু অলপ বেলেগ প্ৰকাৰে, ইনজেকশ্যন দেখি ঘৰমুৱা হ’ল নিয়ম ভংগকাৰী লোক। লকডাউন নমনা লোকক নাকী লগাবলৈ তিতাবৰত আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰিছে চাওক ভিডিঅ-