
কৰ’ণা ভাইৰাছত ভাৰতৰ প্ৰথমজন আক্ৰান্ত চিনাক্ত। কেৰেলাত চিনাক্ত কৰা হৈছে এই ভাইৰাছত আক্ৰান্তজনক।
এগৰাকী শিক্ষাৰ্থী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ। শিক্ষাৰ্থীগৰাকী অধ্যয়নৰ সূত্ৰে আছিল চীনৰ বাহানত। বৰ্তমান সুস্থিৰ হৈ আছে ভাৰতৰ ৰোগীগৰাকী।
ক্ষিপ্ৰতাৰে পৰ্যবেক্ষণ কৰা হৈছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ছাত্ৰগৰাকীক।
Photo Credit: Patrika