ভাৰতত শতকৰ ঘৰ পাৰ কৰিলে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই

দেশজুৰি জাৰি কৰা হৈছে হেল্থ এলাৰ্ট

0
37

সমগ্ৰ দেশতে এতিয়া আতংকৰ সৃষ্টি কৰিছে কৰ’ণা ভাইৰাছে। চীন-ইটালী আদিৰ পিছত ভাৰতবৰ্ষতো দ্ৰুতগতিত বাঢ়ি গৈ আছে এই ধ্বংসযজ্ঞ চলোৱা মহামাৰীয়ে। পুনৰ ৫জন আক্ৰান্ত হোৱাত দেশত মুঠ আক্ৰান্তৰ সংখ্যা বাঢ়ি হলগৈ ১০৪গৰাকী। দেশজুৰি জাৰি কৰা হৈছে হেল্থ এলাৰ্ট।

সকলো হাস্পতালতে তৈয়াৰ কৰি ৰখা হৈছে আছুতীয়া কক্ষ। সা-সুবিধাৰে উপস্থিত আছে চিকিৎসক। যাতে এই সুচৰা ৰোগ বিধ আৰু অন্য কাৰো শৰীৰলৈ সহজে বিয়পি নপৰে।

Photo Credit: The economic Times