22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজ্যত কৰ’ণাতংকঃ হাটশিঙিমাৰীৰ কুকুৰমাৰাত এজনৰ গাত ধৰা পৰিল কৰ’ণা পজিটিভ

    ৰাজ্যত পুনৰ কৰ’ণাৰ উজান। মহানগৰীৰ পাছতে এইবাৰ হাটশিঙিমাৰীৰ কুকুৰমাৰাত এজনৰ গাত ধৰা পৰিল কৰ’ণা পজিটিভ।

    আমিৰ হুছেইন নামৰ লোকজনৰ দেহত পৰীক্ষাত কৰ’ণা ভাইৰাছ ধৰা পৰিছে।লোক জন চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰংজেংত মিস্ত্ৰীৰ কাম কৰে।

    শেহতীয়াকৈ এসপ্তাহ পূৰ্বে ঘৰলৈ আহিছিল তেওঁ। আজি পুনৰ মেঘালয়লৈ যোৱাৰ বাবে কৰ’ণা টেষ্ট কৰোতে লোকজনৰ শৰীৰত কৰ’ণা ধৰা পৰে।

    বৰ্তমানে তেওঁক হোম কোৱাৰেইন্টাইন কৰা হৈছে।

    আৰু পঢ়ক : ৰোগী থকা অৱস্থাতে মহানগৰীৰ ৰাজপথত জ্বলি উঠিল ১০৮ এম্বুলেঞ্চ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং