বিধানসভাৰ পৰা মাৰ্শ্বেল লগাই নিলম্বন ৰূপজ্যোতি কুৰ্মীক

অভব্য আচৰণৰ অভিযোগ আনি অধ্যক্ষই এদিনৰ কাৰণে বিধানসভাৰ পৰা নিলম্বন কৰে বিধায়ক গৰাকীক

0
943
Time8
Time8

বিধানসভাৰ শীতকালীন অধিৱেশনৰ পৰা বহিষ্কাৰ কৰা হ’ল মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীক । বিধায়কজনৰ অভব্য আচৰণত ক্ষুব্ধ হৈ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে মাৰ্শ্বেল লগাই বিধানসভাৰ পৰা নিলম্বন কৰে বিধায়কগৰাকীক ।

অভব্য আচৰণৰ অভিযোগ আনি অধ্যক্ষই এদিনৰ কাৰণে বিধানসভাৰ পৰা নিলম্বন কৰে বিধায়ক গৰাকীক । পৰৱৰ্তী সময়ত অহা সোমবাৰেহে উপস্থিতি থাকিব পাৰিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।