26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মহাজোঁটত ফাঁট! AIUDF ৰ প্ৰাৰ্থী দিয়াৰ বাবে ভাঙি চুৰ-মাৰ কৰিলে বিলাসীপাৰাৰ ৰাজীৱ ভৱন

    কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁটে ২৭ নং বিলাসীপাৰা পুব সমষ্টিত সৃষ্টি কৰিছে মহাযঁটৰ | এই বাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে জয়লাভ কৰাৰ প্ৰৱল সম্ভাৱনা থকা সমষ্টিটো এ আই ইউ ডি এফক এৰি দিয়া দিয়াত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ কৰ্মী সকল| বিক্ষুদ্ধ কংগ্ৰেছী নেতা কৰ্মীয়ে ভাঙি চুৰমাৰ কৰে বিলাসীপাৰা ৰাজীৱ ভৱন | বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলো ৰাজীৱ ভৱন প্ৰাংগন |ৰিপুন বৰা মুৰ্দাবাদ, ৰকিবুল হুছেইন মুৰ্দাবাদ, ৱাজেদ আলী চৌধুৰী মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে |

    ইয়াৰ পিছতো ২৭ নং পুব বিলাসীপাৰা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে সমূহীয়া ভাবে কংগ্ৰেছ দল ত্যাগ কৰাৰো হুংকাৰ প্ৰাদান কৰে কৰ্মী সকলে |

    আৰু পঢ়ক : অসমত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ১৬টা সমষ্টিত, ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    </