ভাৰতীয় জাতীয় কংগ্রেছৰ ৩০ জনীয়া ষ্টাৰ কেম্পেইনাৰ তালিকা ঘোষণাঃ ছোনিয়া, মনমোহন, ৰাহুল কাৰ কাৰ আছে নাম…..

0
34471
ভাৰতীয় জাতীয় কংগ্রেছৰ ৩০ জনীয়া ষ্টাৰ কেম্পেইনাৰ তালিকা ঘোষণাঃ ছোনিয়া, মনমোহন, ৰাহুল কাৰ কাৰ আছে নাম…..

ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত। অসমত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্রেছ দলৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ নামৰ তালিকা আজি প্ৰকাশ কৰা হয়।

কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীৰ লগতে মুঠ ৩০ গৰাকী লোকক দিয়া হৈছে ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব। সম্প্ৰতি নিৰ্বাচনৰ বাবে সকলো প্ৰকাৰে প্ৰস্তুত হৈছে দলটো।

ত্বতাৱধায়ক জিতেন্দ্ৰ সিং, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী লগতে ঊৰিষ্যাৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ পতাৰ পৰিলক্ষিত হৈছে। চাওক ৩০ কেম্পেইনাৰৰ সবিশেষ তালিকা

আৰু পঢ়ক : নিৰ্বাচনৰ জ্বৰঃ কেশৱ মহন্তৰ দুৰ্গত গৰাখহনীয়া! হাতী আৰু পদমু ফুল এৰি শতাধিক কৰ্মীয়ে ধৰিলেহি হাত