মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা! ছাত্ৰী সকলে লাভ কৰিব ১০ হাজাৰকৈ টকাৰ সাহায্য

0
206

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা! ছাত্ৰী সকলে লাভ কৰিব ১০হাজাৰকৈ টকা

শিক্ষাৰ্থীৰ কাৰণে সু-খবৰ। মুখ্যমন্ত্ৰী গৰাকীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰ শিক্ষাৰ্থীৰ কাৰণে। স্নাতকোত্তৰ ছাত্ৰীয়ে বছৰত লাভ কৰিব ১০,০০০ টকাকৈ। সকলো বিশ্ববিদ্যলয় প্ৰতি বছৰে ২মাহ বন্ধ হৈ থাকে সেয়ে ১০,০০০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি পৃতি মাতৃক কিছু সকাহ দিয়াৰ উদ্দেশ্য লোৱা হৈছে এই সিদ্ধান্ত। ইয়াৰ কাৰণে অসম চৰকাৰে মুকলি কৰি দিব এটা portal আৰু সেই portal টোতেই ছাত্ৰী সকলে নিজৰ ঠিকনাৰে আবেদন কৰিব পাৰিব।

সঠিক সময়ত সঠিকভাবে নিজৰ সম্পূৰ্ণ ঠিকনা প্ৰদান কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি যদি সঠিকভাবে সম্পূৰ্ণ ঠিকনা প্ৰদান নকৰে তেন্তে এই সাহায্য পোৱাৰ পৰা বিৰত হ’বও পাৰে, সেয়ে সকলো ছাত্ৰীকেই ভালদৰে তথ্য প্ৰদাৰ কৰাৰ আহ্বান।