মহানগৰীত বলেৰ’ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ! গুৰুতৰভাবে আহত স্কুটী চালক

0
767
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহানগৰীত বলেৰ’ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ! গুৰুতৰভাবে আহত স্কুটী চালক

মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

মহানগৰৰ গীতানগৰৰ গেট হাস্পতালৰ সমীপত পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

এখন বলেৰ’ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাবে আহত স্কুটী চালকজন।

জানিব পৰা মতে বিলাসী বাহন খনৰ চেপাত যুৱকজনৰ শৰীৰৰ অংগ ছেদেলি-ভেদেলি হৈ পৰে।

যুৱক জনক সংকটজনক অৱস্থাত গেট হাস্পতালত ভৰ্তি কৰে।