ছাত্ৰ সন্থাৰ কৰ্মীক প্ৰহাৰৰ ক্ষোভ প্ৰকাশ আছু কৰ্মীৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ আছুৰ। আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ।
লখিমপুৰৰ লালুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে আছুৰ কৰ্মীয়ে। নিৰস্ত্ৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো কাৰণতে সহ্য নকৰাৰ হুংকাৰ।
গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ব্যৰ্থ হোৱাৰ অভিযোগ আছুৰ। ‘কা’ কেতিয়াও মানি নোলোৱাৰো হুংকাৰ আছুৰ।
আৰু পঢ়ক : কমেডি কিং কপিল শৰ্মাৰ ঘৰলৈ আহিল চতুৰ্থজন আলহীঃ পুত্ৰ সন্তানৰ পিতৃ হ’ল কপিল