29 C
Guwahati
Friday, April 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বস্তিৰ নিশ্বাস, অৱশেষত মুকলি কৰি দিলে নক্সালে অপহৰণ কৰি নিয়া জোৱান

    স্বস্তিৰ নিশ্বাস, অৱশেষত মুকলি কৰি দিলে নক্সালে অপহৰণ কৰি নিয়া জোৱান

    দেশৰ লগতে অসমৰ বাবেও ইতিহাসৰ ক’লা দিন, চত্তীছগড়ত নক্সালৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল দুই অসম সন্তানসহ মুঠ ২৪ গৰাকী জোৱান শ্বহীদ হৈছিল।

    সেই আক্ৰমণতেই অন্য ৩২ গৰাকী আহত হোৱাৰ বিপৰীতে এগৰাকী জোৱানক অপহৰণ কৰি নিছিল। কোব্ৰা কমাণ্ডো ৰাকেশ্বৰ সিং মনহাসক অপহৰণৰ খবৰ পিছতে নক্সালবাদীক মুকলি কৰি দিয়াৰ আহ্বান জনাইছিল কন্যা আৰু পত্নীয়ে।

    সকলো উৎকণ্ঠাৰ অৱসান ঘটাই আজি ৫ টা দিনৰ অন্তত নক্সালীয়ে মুকলিকৰি দিয়ে জোৱান জনক।

    উল্লেখ্য যে ৩ এপ্ৰিল তাৰিখে চত্তীছগড়ৰ জোনাগড়ত ভাৰতীয় সেনাৰ ওপৰত হঠাতে আক্ৰমণ চলাইছিল নক্সালীয়ে।

    আৰু পঢ়ক : নিলোৎপলৰ দুৰৱস্থা, ৰাজপথত দুগৰাকী যুৱতীয়ে ধৰি দিলে লপা-থপা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং