
শনিবাৰে আমেৰিকাত মন্ত্ৰী এলিছ জি বেল্ছে চন্দ্ৰযান-২ মিছনৰ বাবে ইছৰোক শুভেচ্ছা জনাই কয় যে, ভাৰতৰ বাবে এয়া বৃহৎ অভিযান। চন্দ্ৰযান-২ৰ এই ঐতিহাসিক ক্ষণৰ বাবে ভাৰতক টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ। এই মিছনে ভাৰতক উন্নতিৰ দিশে আৰু এখোজ আগবঢ়াব।
আমি আশাবাদী যে ভাৰতে মহাকাশত স্থান নিৰ্ধাৰণ কৰিবলৈ নিশ্চয় সফল হ’ব। ছচিয়েল মিডিয়াতো ISROৰ এই প্ৰয়াসে যথেষ্ট সমাদৰ লাভ কৰে।
Image credit: bhaskar.com