
লামডিঙত ৰে’লৱে কৰ্মচাৰী গৃহত CBIৰ অভিযান। সঞ্জয় চক্ৰৱৰ্তী নামৰ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰীজনৰ দোকান আৰু আৱাসগৃহত হঠাৎ ৫জনীয়া CBIৰ এটা দলে চলাই তদন্ত। ৰে’ল বিষয়া সুনিল কুমাৰৰ সন্দৰ্ভত চলাই এই অভিযান। বিগত বছৰত সুনিল কুমাৰ বিত্ত প্ৰৱন্ধক হিচাপে লামডিঙ ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধৰ কাৰ্যালয়ত কৰ্মৰত আছিল।
লামডিং ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধৰ কাৰ্যালয়ত কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। RC12A19 নম্বৰ গোচৰ সংক্ৰান্তত CBIৰ তদন্ত অভিযান।
Photo: Time8
Input: Bappi Malakar