25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফিচাৰ্ড

    তৰমুজ- প্রচুৰ পৰিমানে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থকা এইবিধ ফলে চৰ্বি নিয়ন্ত্ৰণো কৰে

    প্রাকৃতিকভাৱে ইয়াত অন্য ফলৰ দৰে কোনো চর্বি নাথাকে। যাৰ বাবে শৰীৰৰ বৰ্ধিত মেদ কমাবলৈ বিচৰাসকলৰ বাবে তৰমুজ এবিধ উত্তম খাদ্য। ইয়াত এণ্টি অক্সিডেণ্ট থাকে।

    হোৱাইট ৱাইন কিয় সেৱন কৰিব লাগে! জানো আহক উপকাৰিতাসমূহ

    হোৱাইট ৱাইন কিয় সেৱন কৰিব লাগে! জানো আহক উপকাৰিতাসমূহ।-মধুমেহ ৰোগ অথবা ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰে।

    থিয় হৈ খাদ্য খোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান হওক

    থিয় হৈ খাদ্য খোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান হওক।হৃদৰোগৰ ৰোগীৰ বাবে থিয় হৈ খাদ্য গ্ৰহণ কৰাটো অতিকৈ ভয়ানক।

    বাৰে বাৰে গাখীৰ উতলাই খাই নেকি? তেন্তে সাৱধান হওক

    বাৰে বাৰে গাখীৰ উতলাই খাই নেকি? তেন্তে সাৱধান হওক।অত্যাধিক উতলোৱা গাখীৰ লগে লগে ফ্ৰিজত সোমোৱাই নিদিব।

    আপোনালোকে ফ্ৰ’জেন খাদ্য খায় নেকি? ডায়বেটিছ ৰোগীয়ে এই খাদ্য বৰ্জন কৰক

    আপোনালোকে ফ্ৰ'জেন খাদ্য খায় নেকি? ডায়বেটিছ ৰোগীয়ে এই খাদ্য বৰ্জন কৰক।ফ্ৰ'জেন মাংসই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ সৃষ্টি কৰিব পাৰে।

    গৰ্ভৱতী মহিলাই আদা খাওঁতে সাৱধান হওকঃ আপুনি ভুগিব পাৰে মাৰাত্মক ৰোগত

    গৰ্ভৱতী মহিলাই আদা খাওঁতে সাৱধান হওকঃ আপুনি ভুগিব পাৰে মাৰাত্মক ৰোগত।গৰ্ভৱতী মহিলাই আদা খালে গৰ্ভপাত হোৱাৰ আশংকা থাকে।

    আপোনাৰ বেছিকৈ পানী পিয়াহ লাগে নেকি? তেনেহ’লে সাৱধান হওক, হ’ব পাৰে ভয়ংকৰ ৰোগ

    আপোনাৰ বেছিকৈ পানী পিয়াহ লাগে নেকি? তেনেহ'লে সাৱধান হওক, হ'ব পাৰে ভয়ংকৰ ৰোগ। বদহজম হ'লে অধিক মাত্ৰাত পানী পিয়াহ লাগে।

    পৃথিৱীৰ সৰ্বাধিক দামী খাদ্যৰ তালিকাত পৰে এইবিধ খাদ্যও, মূল্য আৰু গুণাগুণ জানক

    পৃথিৱীৰ সৰ্বাধিক দামী খাদ্যৰ তালিকাত পৰে এইবিধ খাদ্যও, মূল্য আৰু গুণাগুণ জানক।কেৱিয়াৰত প্ৰচুৰ পৰিমানে ভিটামিন, কেলচিয়াম আৰু মিনাৰেল থাকে।

    আপোনালোকে ঘৰত বাহী মাংস গৰম কৰি খায় নেকি? তেন্তে সাৱধান হওক

    আপোনালোকে ঘৰত বাহী মাংস গৰম কৰি খায় নেকি? তেন্তে সাৱধান হওক । আলুত থকা প্ৰয়োজনীয় পুষ্টি গৰম কৰিলে বিষাক্ত হৈ পাচন প্ৰক্ৰিয়াত পাৰ্শক্ৰিয়া কৰিব পাৰে।

    ৰঙা আৰু নীলা কল দেখিছেনে? ৰঙা আৰু নীলা কলৰ উপকাৰিতাসমূহ জানো আহক

    ৰঙা আৰু নীলা কল দেখিছেনে? ৰঙা আৰু নীলা কলৰ উপকাৰিতাসমূহ জানো আহক।কিন্তু বিশ্বত ৰঙা আৰু নীলা ৰঙৰ কল উপলব্ধ আছে।