25 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    উত্তৰ-পূৰ্বাঞ্চল

    বিজেপিৰ ৰাজ্যিক সভাপতিৰ মৃত্যুক লৈ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য, কৰি গ্ৰেপ্তাৰ সাংবাদিকসহ দুজন

    বিজেপিৰ ৰাজ্যিক সভাপতিৰ মৃত্যুক লৈ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য, গ্ৰেপ্তাৰ সাংবাদিকসহ দুজন।

    হাস্পতাল চাফ-চিকুণত ব্যস্ত কৰ’ণাত আক্ৰান্ত মন্ত্ৰীৰ, ফটো দেখি বিভিন্নজনৰ...

    হাস্পতাল চাফ-চিকুণত ব্যস্ত কৰ’ণাত আক্ৰান্ত মন্ত্ৰীৰ, ফটো দেখি বিভিন্নজনৰ প্ৰশংসা।

    মণিপুৰ বিজেপিৰ সভাপতি এছ টিকেন্দ্ৰ সিঙৰ কভিডত মৃত্যু

    মণিপুৰ বিজেপিৰ সভাপতি এছ টিকেন্দ্ৰ সিঙৰ কভিডত মৃত্যু। সিঙক ২০২০ চনৰ জুন মাহত বিজেপি মণিপুৰ গোটৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল।

    অলিম্পিক অভিমুখী বক্সাৰ মেৰী কম, লাভলিনা বৰগোহাঁইয়ে ল’লে কভিড-১৯...

    অলিম্পিক অভিমুখী বক্সাৰ মেৰী কম, লাভলিনা বৰগোহাঁইয়ে ল’লে কভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ। পুনেৰ কমাণ্ড হাস্পতালত লৈছে ভেকচিন।

    শীৰ্ষ খবৰ

    কভিডৰ দ্ৰুত সংক্ৰমণ, পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সাতদিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা

    কভিডৰ দ্ৰুত সংক্ৰমণ, পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সাতদিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা। ১৪ মে'ৰ সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব।

    কভিড প্ৰতিৰোধৰ বাবে ১৭ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণা এইখন চুবুৰীয়া ৰাজ্যৰ

    কভিড প্ৰতিৰোধৰ বাবে ১৭ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণা এইখন চুবুৰীয়া ৰাজ্যৰ। নতুনকৈ ন ন লোক কভিডত আক্ৰান্ত হৈ থকাৰ বাবেই এই সিদ্ধান্ত।

    উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ কভিড পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

    উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ কভিড পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ এই পদক্ষেপক তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শলাগ।

    ৭ দিনৰ বাবে লকডাউন ঘোষণা উত্তৰ পূবৰ এইখন ঠাইত

    ৭ দিনৰ বাবে লকডাউন ঘোষণা উত্তৰ পূবৰ এইখন ঠাইত। কৰণাৰ সংক্ৰমণ বৃদ্ধি পোৱাই এই সিদ্ধান্ত ৰাজ্যখনৰ। অৱশ্যে সম্পূৰ্ণ ৰাজ্যখনত এই লকডাউন...

    কভিড ৰোগীৰ সহায়ক হোৱাকৈ কম খৰচী অক্সিজেন কনচেণ্ট্ৰেটৰ নিৰ্মাণ এজন যুৱকৰ

    কভিড ৰোগীৰ সহায়ক হোৱাকৈ কম খৰচী অক্সিজেন কনচেণ্ট্ৰেটৰ নিৰ্মাণ ত্ৰিপুৰাৰ যুৱকৰ। প্ৰধানমন্ত্ৰীক কনচেন্ট্ৰেটৰটো দেশজুৰি গ্ৰহণ কৰিবলৈ অনুৰোধ।

    শ্বিলঙলৈ যাব নোৱাৰিব! মেঘালয় চৰকাৰে নিষিদ্ধ কৰিলে পৰ্যটকৰ প্ৰৱেশ

    শ্বিলঙলৈ যাব নোৱাৰিব! মেঘালয় চৰকাৰে নিষিদ্ধ কৰিলে পৰ্যটকৰ প্ৰৱেশ দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা। এই...

    সীমান্তত হাহাকাৰ- কভিড সংক্ৰমণৰ ভয়ত অসম এৰি অৰুণাচলত প্ৰৱেশৰ বাবে দীঘলীয়া শাৰী জনতাৰ

    অসম-অৰুণাচল সীমান্তত হাহাকাৰ অৱস্থা। কভিড সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰেই চিন্তাত এতিয়া সাধাৰণ জনতা। তাতে আৰু কভিডৰ এই দ্বিতীয় ঢৌ...

    GHADC নিৰ্বাচনত একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ’ল কংগ্ৰেছ

    GHADC নিৰ্বাচনত একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ'ল কংগ্ৰেছ। ভাৰতীয় জনতা পাৰ্টিয়ে মাত্ৰ দুখন আসন লাভ কৰিবলৈ সক্ষম হয়।

    কৰ’ণাৰ সংহাৰঃ মেঘালয়ত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ১৪৪ ধাৰা জাৰি, পৰ্যটকৰ বাবে বিশেষ নিৰ্দেশনা

    কৰ'ণাৰ সংহাৰঃ মেঘালয়ত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ১৪৪ ধাৰা জাৰি, পৰ্যটকৰ বাবে বিশেষ নিৰ্দেশনা

    স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRA-ৰ হাতত বিধ্বস্ত বিজেপি মিত্ৰজোঁট

    স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRA-ৰ হাতত বিধ্বস্ত বিজেপি মিত্ৰজোঁট। ২৮ খন আসনৰ ভিতৰত ১৮ খন আসন লাভ কৰিছে।