27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাষ্ট্ৰীয়

    সুৰা পান কৰি উঠি মৰসাহ, ছেলফী উঠিবলৈ গ’ল গজৰাজৰ সৈতে, তাৰ পিছত …

    সুৰা পান কৰি উঠি মৰসাহ, ছেলফী উঠিবলৈ গ'ল গজৰাজৰ সৈতে, তাৰ পিছত - সুৰাপান কৰি উঠি বহু লোকৰেই সাহসৰ সীমা চেৰাই যায়।...

    এয়াৰটেলৰ গ্ৰাহকৰ বাবে ভাল খবৰ! লাভ কৰিব বিনামূলীয়া ৰিচাৰ্জ

    এয়াৰটেলে গ্ৰাহক সকলৰ বাবে সুখবৰ। এয়াৰটেলে গ্ৰাহক সকলৰ বাবে আগবঢ়াইছে এক বিশেষ অফাৰ। দেশৰ ৫৫ মিলিয়ন গ্ৰাহকে লাভ কৰিব এই বিনামূলীয়া ৰিচাৰ্জ...

    ৰাজপথৰ ওপৰত নাচি থকা এম্বুলেঞ্চ দেখি ভয়তে আৰক্ষীক খবৰ,...

    ৰাজপথৰ ওপৰত এখন নাচি থকা এম্বুলেঞ্চ দেখি প্ৰথমে ভয় খাই জনতাই। কিন্তু বহু দেৰিলৈ তেনেকৈয়ে থকাত কিছু সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে...

    মুখ্যমন্ত্ৰীৰ ঘোষণা : ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ এসপ্তাহলৈ বৃদ্ধি লকডাউন

    মুখ্যমন্ত্ৰীৰ ঘোষণা : ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ এসপ্তাহলৈ বৃদ্ধি লকডাউন। যোৱা ১৯ এপ্ৰিলত প্ৰথমবাৰৰ বাবে দিল্লীত লকডাউন আৰোপ কৰা হৈছিল।

    শীৰ্ষ খবৰ

    ফেচবুকত লগ পোৱা প্ৰেমিকে ঘৰলৈ মাতিলে যুৱতীক, পিছত ২৫ জনে কৰিলে দলবদ্ধ ধৰ্ষণ…

    ফেচবুকত লগ পোৱা প্ৰেমিকে ঘৰলৈ মাতিলে যুৱতীক, পিছত ২৫ জনে কৰিলে দলবদ্ধ ধৰ্ষণ...

    কংগ্ৰেছ সাংসদ ৰাজীৱ সাতৱৰ কৰ’ণাত মৃত্যু, ৰাহুল গান্ধীৰ শোকপ্ৰকাশ

    কংগ্ৰেছ সাংসদ ৰাজীৱ সাতৱৰ কৰ’ণাত মৃত্যু, ৰাহুল গান্ধীৰ শোকপ্ৰকাশ। যোৱা ২২ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল সাংসদগৰাকী।

    জুলাই মাহৰ শেষলৈকে ভাৰতত উপলব্ধ হ’ব ৫১.৬ কোটি কভিড ভেকচিন ড’জ

    জুলাই মাহৰ শেষলৈকে ভাৰতত উপলব্ধ হ’ব ৫১.৬ কোটি কভিড ভেকচিন ড’জ। ১৮ কোটি পালি ভেকচিন ইতিমধ্যেই দেশজুৰি প্ৰদান কৰা হৈছে।

    সৌৰভ গাংগুলীৰ মহানুভৱতা, কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ এইদৰে সহায় আগবঢ়ালে প্ৰাক্তন অধিনায়কজনে

    সৌৰভ গাংগুলীৰ মহানুভৱতা, কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ এইদৰে সহায় আগবঢ়ালে প্ৰাক্তন অধিনায়কজনে

    অলিম্পিক পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্ট জাৰি

    অলিম্পিক পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্ট জাৰি। হত্যাৰ অভিযোগত পলাতক হৈ আছে কুমাৰ।

    কৰ’ণাৰ কৰুণ কাল- মাতৃৰ নিথৰ মৃতদেহ কান্ধত তুলি শ্মশান যাত্ৰা পুত্ৰৰ

    কৰ'ণাৰ কৰুণ কাল- মাতৃৰ নিথৰ মৃতদেহ কান্ধত তুলি শ্মশান যাত্ৰা পুত্ৰৰ কৰ'ণাৰ কৰুণ দৃশ্য…মাতৃৰ নিথৰ মৃতদেহ কান্ধত তুলি শ্মশান...

    কভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীয়ে

    কভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীয়ে। কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

    দেশৰ কভিড পৰিস্থিতি বুজ ল’বলৈ প্ৰধানমন্ত্ৰী মোদীৰ উচ্চস্তৰীয় বৈঠক

    দেশৰ কভিড পৰিস্থিতি বুজ ল’বলৈ প্ৰধানমন্ত্ৰী মোদীৰ উচ্চস্তৰীয় বৈঠক। মোদীয়ে দেশৰ চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়া টিকাকৰণ কৰা হৈছে বুলি কয়।

    সকাহ! বিগত দুটা দিনত প্ৰায় ৩২ হাজাৰ কৰ’ণা আক্ৰান্ত লোক সুস্থ হৈ উঠিছে

    সকাহ! বিগত দুটা দিনত প্ৰায় ৩২ হাজাৰ কৰ'ণা আক্ৰান্ত লোক সুস্থ হৈ উঠিছে . অন্যহাতে বৰ্তমান দেশত প্ৰায় ৩২ লাখ সক্ৰিয় কৰ'ণা ৰোগী আছে।

    আহি গ’ল লকডাউনৰ ঘোষণা, কালিৰে পৰা ৩০ মে’ লৈ এইখন ৰাজ্যত লকডাউন ঘোষণা

    কালি ১৬ মে' ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩০ মে' লৈ এইখন ৰাজ্যত লকডাউন ঘোষণা কৰিছে প্ৰশাসনে। কৰণাৰ কাল সংহাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই...