29 C
Guwahati
Sunday, September 19, 2021
More

    মহানগৰীত দপদপকৈ জ্বলিল এখন বাহন, চাওক VIDEO

    মহানগৰীৰ ভঙাগড়ৰ উৰণীয়া সেঁতুৰ ওপৰত দপদপকৈ জ্বলিল এখন মাৰুতি জেন। যান্ত্ৰিক বিজুতিৰ বাবে বাহনখন হঠাৎ জ্বলি উঠাৰ সম্ভৱনা। ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা চলায়।

    ঘটনাটোৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় সেই স্থানত। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-প্ৰশাসনৰ লগতে অগ্নি নিৰ্বাপকৰ দল।

    Guwahati | Edited by: Dulu Medhi