29 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বেছিকৈ বন্ধাকবি খায় যদি সাৱধান হওঁক, বীজাণুয়ে নষ্ট কৰিব পাৰে মগজু

    বেছিকৈ বন্ধাকবি খায় যদি সাৱধান হওঁক, বীজাণুয়ে নষ্ট কৰিব পাৰে মগজু : বজাৰত ধুনীয়া ধুনীয়া বন্ধাকবি ওলালেই কিনি নানিব। কাৰণ সেই পাচলি আপোনাৰ শৰীৰৰ বাবে হ’ব পাৰে ক্ষতিকাৰক। বন্ধাকবিত এক ধৰণৰ ফিটাকৃমি পোৱা যায় যি আপোনাৰ শৰীৰত প্ৰৱেশ কৰিয়েই বিপদ সৃষ্টি কৰিব পাৰে।

    বন্ধাকবিত এক ধৰণৰ ফিটাকৃমি পোৱা যায় যিয়ে শৰীৰত তেজৰ মাধ্যমেৰে অন্য অংশৰ লগতে মগজুলৈকে প্ৰৱেশ কৰিব পাৰে। এই বীজাণু ইমানেই ক্ষুদ্ৰ যে, আমি খালী চকুৰে তাক মনিবও নোৱাৰো।

    বেছিকৈ বন্ধাকবি খায় যদি সাৱধান হওঁক, বীজাণুয়ে নষ্ট কৰিব পাৰে মগজু

    বেছিকৈ বন্ধাকবি খায় যদি সাৱধান হওঁক, বীজাণুয়ে নষ্ট কৰিব পাৰে মগজু : উল্লেখ্য যে, এই বীজাণু বৰষুণ বা অন্য ধৰণেৰে মাটিত প্ৰৱেশ কৰি কেঁচা শাক-পাচলিত থিতাপি লয়। শৰীৰত এই বীজাণু প্ৰৱেশ কৰিলে মগজুত প্ৰৱেশ কৰি ক্ষতি কৰি পাৰে। অৱশ্যে শাক-পাচলিসমুহ ভালদৰে সিজাই বা উতলায় খালে এই বিজাণুৰ পৰা ৰক্ষা পাব পাৰি।

    আৰু পঢ়ক : ডিব্ৰুগড়ত উত্তপ্ত প্ৰতিবাদস্থলী, আৰক্ষীয়ে চোচৰাই আটক কৰিলে প্ৰতিবাদকাৰীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং