হোজাইত ভয়ংকৰ অগ্নিকাণ্ডত ৬০ লাখ টকাৰ সম্পত্তি জাহ

৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

0
76

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড। হোজাইৰ কেন্দুগুৰি বজাৰত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। কেন্দুগুৰি বজাৰৰ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত।

স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। অগ্নিকাণ্ডৰ ফলত প্রায় ৬০ লাখ টকাৰ সম্পত্তিৰ ক্ষতিসাধন হয়।

Photo: Time8