26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বাৰ্মিজ চুপাৰী মাফিয়া আব্দুল হান্নান আলী গুলিবিদ্ধ, এগৰাকী আৰক্ষী বিষয়াও আহত

    বাৰ্মিজ চুপাৰী মাফিয়া আব্দুল হান্নান আলী গুলিবিদ্ধ, এগৰাকী আৰক্ষী বিষয়াও আহত

    মঙলবাৰে নিশা আব্দুল হান্নানক লৈ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই বাৰ্মিজ চুপাৰীৰ তদন্তৰ বাবে চাপাৰাকাটা দিশত লৈ যোৱা অৱস্থাত আব্দুল হান্নানে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ দেহৰক্ষীৰ অস্ত্ৰ কাঢ়ি দৌৰি পলাব খোজতে আৰক্ষীয়ে গুলীচালনা কৰে।

    বাঁও ভৰিত গুলিবিদ্ধ হয় আব্দুল হান্নান আলী।

    আনহাতে এই ঘটনাত সদৰ থানাৰ দ্বিতীয় অচি কিষানু পাঠকো আহত হৈছে।

    সম্প্ৰতি হান্নান আৰু আৰক্ষী বিষয়া গৰাকীক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।

    ইতিমধ্যে চিকিৎসালয়খনত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈছে।

    ইনপুট: উত্তম কুমাৰ বৰ্মণ

    আৰু পঢ়ক : অসমত সোমবাৰৰ তুলনাত আজি কৰ’ণা সংক্ৰমণৰ সংখ্যা হ্ৰাস, কামৰূপ মহানগৰত বৃদ্ধি আক্ৰান্তৰ সংখ্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং