গয়বাৰীত বিপিএফ প্ৰাৰ্থীতকৈ ১৯৪০ ভোটত আগবাঢ়ি আছে প্ৰমোদ বড়ো

0
168

প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ পিছত গয়বাৰীত আগবাঢ়ি আছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো। মুঠ ১৯৮০ টা ভোটত অগ্ৰগতি প্ৰমোদ বড়োৰ।

ইয়াৰ বিপৰীতে বিপিএ লাভ কৰিছে ১৭০০ টা ভোট। লগতে বিজেপিয়ে লাভ কৰিছে ৭৭০ টা ভোট।

ইয়াৰ বিপৰীতে ইউ পি পি এল সভাপতি প্ৰমোদ বড়োৰ আন এটা সমষ্টি ২২নং কোকলাবাৰীত বহু পিছ পৰি ৰৈছে প্ৰমোদ বড়ো।

ইউ পি পি এল প্ৰমোদ বড়োই লাভ কৰিছে ৯১৪ ভোট আৰু বিপিেফে লাভ কৰিছে ৮৩৪ ভোট। কিন্তু গণ সুৰক্ষা পাৰ্টিয়ে বৰ্তমানলৈ লাভ কৰিছে ৪১৭৬ টা ভোট।