
তৃতীয় ৰাউণ্ডৰ ফলাফলৰ পিছত ২৩৫৪ টা ভোটত পিছ পৰি ৰৈছে হাগ্ৰামা মহিলাৰী। কোকৰাঝাৰৰ ১০নং দেৱৰগাঁও সমষ্টিৰ পৰা আহিছে এই ডাঙৰ খবৰ।
ভোটগণনা বৰ্তমানেও চলি আছে কিন্তু তৃতীয় ৰাউণ্ডৰ পিছত হাগ্ৰামা মহিলাৰীয়ে লাভ কৰা ভোটৰ সংখ্যা ৪৯০৮ (বিপিএফ)।
ইয়াৰ বিপৰীতে ইউ পি পি এলৰ হাগ্ৰামাৰ বিৰোধী প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰীয়ে লাভ কৰিছে ৭২৬২ টা।