বৃন্দাবন গোস্বামীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

0
133
বৃন্দাবন গোস্বামীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

জ্যেষ্ঠ ৰাজনৈতিক নেতা বৃন্দাবন গোস্বামীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ৷ শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ সলনি কৰিলে নিজৰ সিদ্ধান্ত৷

৭৩ নং তেজপুৰ বিধান সভা সমষ্টিৰ পৰা টিকট নাপাই নিৰ্দলীয়ৰূপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল বৃন্দাবন গোস্বামীয়ে ৷ দলীয় তৃণমূল কৰ্মীৰ আশা-আকাংক্ষা আৰু আৱেগক সন্মান জনাই অৱশেষত সিদ্ধান্ত সলনি কৰাৰ কথা ব্যক্ত কৰে গোস্বামীয়ে৷

উল্লেখ্য যে অসম গণ পৰিষদৰ জন্ম লগ্নৰে পৰা থকা প্ৰাক্তন নেতাগৰাকীয়ে দল ত্যাগ কৰিছিল।

আৰু পঢ়ক :  ‘ৰাজনৈতিক বতাহ চাই দৰ্জা টুকুৰিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’- গৌৰৱ গগৈ, লগতে বহু কেইটা বিস্ফোৰক মন্তব্য