বিয়াৰ দিনা সকলোৰে সমুখত ফূৰ্তিতে মাছ মাৰিলে কইনাই ! বৰশীত লাগিল…দেখি আচৰিত সকলো

0
1063

বিয়াৰ দিনা সকলোৰে সমুখত ফূৰ্তিতে মাছ মাৰিলে কইনাই ! বৰশীত লাগিল…দেখি আচৰিত সকলো

বিয়াত মাছে মাংসই নিমন্ত্ৰীত অতিথিক তৃপ্তিৰে এসাজ খোৱাবলৈ সকলোৱে বিচাৰে।

কিন্তু বিয়াৰ দিনা কইনাই নিজে মাছ মাৰি অতিথিক খুওৱা আপোনি শুনিছেনে। আমেৰিকাৰ ৩৪ বছৰীয়া এগৰাকী কইনাই কৰিলে এই কাম।

বিয়াৰ দিনা ২৩ কিলো ওজনৰ এটা মাছ মাৰিলে এলিয়ট বৈগনৰ গ্ৰানবিলে ।

বিয়াৰ শেষত দৰা কইনাই সাগৰৰ পাৰত ফুৰিব গৈ মাৰিলে এই মাছটো। কইনা গৰাকীয়ে ফেচবুকত এটা পোষ্ট দিছে যে’মই এই মাছটো মোৰ বিয়াৰ দিনা ধৰিছো।

প্ৰথমে মই মাছটো ধৰিব নোৱাৰিম বুলি ভাবিছিলো কিন্তু মাছটোৰ প্ৰথমা মুৰত ধৰি সাগৰৰ পাৰলৈ টানি আনি ধৰিলো।