সু-শৰীৰে ঘূৰি আহিব কুইপৰ দুই বিষয়া! জনালে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই
গুৱাহাটী প্ৰেছক্লাৱলৈ আলফা(স্বা) সেনাধ্যক্ষৰ ফোন ।
ঘূৰি আহিব কুইপৰ ২ বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ ।
আলফা(স্বা)য়ে স্থগিত ৰাখিছে চৰম শাস্তিৰ সিদ্ধান্ত।
সভ্য সমাজৰ পৰামৰ্শক সন্মান কৰে বৰুৱাই।
আৰু পঢ়ক : অগপৰ ওপৰত ক্ষোভ জেৰিফা ৱাহিদৰ, কলে- ‘অগপই বাৰে বাৰে আমাক প্ৰতাৰণা কৰিলে’