Breaking-খেলো ইণ্ডিয়াৰ কাৰ্যসূচী বাতিল প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰাত মুখ্যমন্ত্ৰীয়ে কৰিব শুভ উদ্বোধন

0
82

খেলো ইণ্ডিয়াৰ কাৰ্যসূচী বাতিল কৰিলে প্ৰধানমন্ত্ৰীয়ে। ১০ তাৰিখে খেলো ইণ্ডিয়া উদ্বোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। পিছে অন্তিম মূহূৰ্তত এই কাৰ্যসূচী বাতিল, যদিও বৰ্তমানলৈ বাতিল কৰাৰ কথা প্ৰকাশ কৰা নাই বাতিলৰ কাৰণ।
প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰাত এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিব খেলো ইণ্ডিয়াৰ। এই কথা প্ৰকাশ কৰিছে ক্ৰিয়া আৰু যুৱ কল্যাণৰ সচিব লক্ষ কোঁৱৰে। উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰী সৈতে থাকিব কেন্দ্ৰীয় ক্ৰিড়া মন্ত্ৰী কিৰেন ৰিজিজু।

Inputs: Anit pratim Baruah