18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজ্যত গাঞ্জাৰ ৰমৰমীয়া বেহাঃ ৪০০ কেজি গাঞ্জাসহ বহিঃৰাজ্যৰ লোক আটক

    ৰাজ্যত অবাধ গাঞ্জাৰ বিৱৰণ।
    লংকাত নিশা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
    ৰংমহলৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত HR-38Q-8475 নম্বৰৰ গাড়ীখনৰ ভিতৰত কন্টেনাৰত গাঞ্জাখিনি জব্দ কৰে।
    কন্টেনাৰৰ ভিতৰত গোপন চেম্বাৰ বনাই আনিছিল গাঞ্জা।
    ৪০০ কেজি গাঞ্জাসহ হাৰিয়ানাৰ গাড়ী চালক সতিশ শৰ্মাক গ্ৰেপ্তাৰ কৰে।
    নগাঁৱৰ পৰা লংকালৈ গাড়ীখনে গাঞ্জাৰ উপৰিও প্লাই ব’ৰ্ড কঢ়িয়াই আনিছিল ।

    আৰু পঢ়ক : ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত সূৰ্য কুমাৰ, ঈশান কিষাণ আৰু ৰাহুল তেৱাটিয়াক ভাৰতীয় দলত সুযোগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং