28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আৰম্ভণিতেই ৯০ নং যমুনামুখ সমষ্টিৰ ২০ (এ) নং কেন্দ্ৰত বিকল ই ভি এম

    আজি ৰাজ্যজুৰি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৩৯ টা সমষ্টিত ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে জনসাধাৰণে।

    দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আৰম্ভণিতেই ৯০ নং যমুনামুখ সমষ্টিৰ ২০ (এ) নং কেন্দ্ৰত বিকল ই ভি এম। বিন্নাকান্দি এম ই স্কুলত অৱস্থিত কেন্দ্ৰটোত ভোট দিব নোৱাৰি ৰাইজৰ মাজত হাহাকাৰ লাগিছে।

    ঘটনা স্থলীত বৰ্তমান বিশেষজ্ঞৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

    আৰু পঢ়ক : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটদান আৰম্ভ : ৩৯ টা সমষ্টিত ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং