Breaking: দদৰা আৰক্ষীৰ সফলতা, লক্ষাধিক টকাৰ ব্ৰাউণ্ড চুগাৰ জব্দ

গ্ৰেপ্তাৰ হোৱা দুই যুৱকৰ ঘৰ জালুকবাৰীৰ গাড়ীগাওঁত

0
42

দদৰা আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ পাকৰকোনাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। AS-01-DZ-9126 WAGON-R বাহনসহ জব্দ প্ৰায় ৫ লক্ষাধিক টকাৰ ব্ৰাউণ্ড চুগাৰ। গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰ্বৰাহকাৰী জিতু চৌধুৰী আৰু ছহীদুল ইছলাম।

গোপন সূত্ৰৰ এক তথ্যৰ ভিত্তিত কামৰূপ দদৰা আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল অভিযান। গ্ৰেপ্তাৰ হোৱা দুই যুৱকৰ ঘৰ জালুকবাৰীৰ গাড়ীগাওঁত।

Photo : Mtidul protim Deka