Breaking: মন্ত্ৰী অতুল বৰাক ক’লা পতাকা প্ৰদৰ্শন গোলাঘাটত

CAA সমৰ্থন কৰি যিয়ে ৰাইজক বিশ্বাসঘাত কৰিছে তাৰ প্ৰতিফল ভুগিবৰ বাবে সাজু থাকিবলৈ প্ৰত্যাহবান মন্ত্ৰীৰ

0
30

গোলাঘাটত মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক ক’লা পতাকা প্ৰদৰ্শন। ‘কা’ বিৰুধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে প্ৰদৰ্শন কৰিলে ক’লা পতাকা।

গোলাঘাটৰ এক চৰকাৰী অনুস্থানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে এই ক’লা পতাকা প্ৰদৰ্শন কৰে আছুই। আনহাতে মন্ত্ৰী অতুল বৰাই CAA সমৰ্থন কৰি যি ৰাইজক বিশ্বাসঘাত কৰিছে তাৰ প্ৰতিফল ভুগিবৰ বাবে সাজু থাকিবলৈ প্ৰত্যাহবান জনায়।

Photo Credit: Rajib Karmakar